জন্মজন্ম দে

জন্ম কুণ্ডলী (Assamese) [ Roman: jon.mo kun.do.li]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-02-11
1. (Material Noun-Neuter) [a] a diagram of the heavens, showing the relative position of planets and the signs of the zodiac, for use in calculating births, foretelling events. [b] a prediction of future based on such diagrams (ক) বিভিন্ন গ্ৰহ আৰু ৰাশিৰ অৱস্থান নিৰ্দ্দেশ কৰি অঁকা সৰগৰ ছবি, যাৰ সহায়ত ভৱিষ্যতৰ আগজাননী দিব পাৰি ৷ (খ) তেনে ছবিৰ সহায়ত কৰা সম্ভাৱ্য ভৱিষ্যতৰ পূৰ্বানুমান ৷